Header Ads Widget

Responsive Advertisement

অসম পুলিচৰ লিখিত পৰীক্ষাৰ কাৰণে জানিব লগীয়া কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন


 ১/ অসমৰ কোন গৰাকী খেলুৱৈক "ধিং এক্সপ্ৰেছ" বুলি কোৱা হয়?

উত্তৰ : হিমা দাস ।

২/ চন্দ্ৰযান মিছন ২ কোনটো ৰকেটৰ মাধ্যমত লঞ্চ কৰা হয় ?
উত্তৰ : GSLV MK-3 

৩/ বগীবিল দলং খন কেতিয়া মুকলি কৰা হৈছিল ?
উত্তৰ : ২৫ ডিচেম্বৰ ২০১৮

৪/অসমৰ খেল যুৱ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কোন ?
উত্তৰ : নৱ দলে ।

৫/ অসম চৰকাৰে আৰম্ভ কৰা দৰিদ্ৰ লোকৰ বিনামূলীয়া স্বাস্থ্য আঁচনি খনৰ নাম কি ?
উত্তৰ : অটল অমৃত অভিয়ান ।

৬/ভাৰতৰ প্ৰথম মহিলা বিত্তীয় মন্ত্ৰী গৰাকীৰ নাম কি ?
উত্তৰ : নিৰ্মলা চিতাৰমন ।

৭/ দেওহাঁহ অসমৰ কোনখন ৰাষ্ট্ৰীয়উদ্যানত পোৱা যায় ?
উত্তৰ : নামেৰি ৰাষ্ট্ৰীয়উদ্যান ।

৮/ চিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ কোন ? 
উত্তৰ : মংগল পাণ্ডে ।

৯/ "মৃত্যুঞ্জয়" উপন্যাস খনে কোন চনত জ্ঞানপীঠ বঁটা লাভ কৰে?
উত্তৰ : ১৯৭৯ 

১০/ আহোম ৰজাৰ পতনৰ মূল কাৰণ কি আছিল ?
উত্তৰ : গৃহকল ।

১১/ কিমান চনত গড়গাঁৱত আহোমৰ ৰাজধানী স্থাপন কৰিছিল?
উত্তৰ : ১৫৩৯ 

১২/ কিমান চনত বংগক অসমৰ পৰা পৃথক কৰা হয় ?
উত্তৰ : ১৮৭৪ 

১৩/ অসম সাহিত্য সভা কিমান চনত প্ৰতিষ্ঠা কৰা হৈছিল ?
উত্তৰ : ১৯১৭

১৪/ প্ৰথম মোৱামৰীয়া বিদ্ৰোহ কোন চনত সংঘটিত হৈছিল ?
উত্তৰ : ১৭৯৬ 

১৫/ ৰত্নাৱলী ৰচক কোন ? 
উত্তৰ : শ্ৰীহৰ্ষ ।

Post a Comment

0 Comments