Header Ads Widget

Responsive Advertisement

অসম পুলিচৰ লিখিত পৰীক্ষাৰ কাৰণে জানিব লগীয়া কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন ৩য় ভাগ



১/ পানিপথ ৰ প্ৰথম খন যুুদ্ধ কেতিয়া হৈচিল?


উত্তৰ : ১৫২৬ চনত ।

২/ ভাৰতৰ মানৱ কম্পিউটাৰ বুলি কাক কোৱা হয় ?


উত্তৰ : শকুন্তলা দেৱী ।

৩/ পুৰণি বেদ কোন খন ?

উত্তৰ: ঋক বেদ ।

৪/ ইয়াণ্ডাবু সন্ধি প্ৰথম এংলো-বাৰ্মা যুদ্ধৰ অন্ত পেলোৱা শান্তিৰ চুক্তি আছিল। ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰী তাৰিখে এই সন্ধি স্বাক্ষৰিত হৈছিল। ব্ৰিটিছ বাহিনীৰ ফালৰপৰা 'ছাৰ আৰ্চিবল্ড কেম্পবেল' আৰু ব্ৰহ্মদেশৰ ফালৰপৰা লেগাইৰ ৰাজ্যপাল 'মহা মিন লা কিয়' টিন'-এ এই সন্ধিত স্বাক্ষৰ কৰিছিল। ব্ৰিটিছ বাহিনী ৰাজধানী 'আভা'ৰপৰা মাত্ৰ পঞ্চাছ মাইলমান আঁতৰত থকা ইৰাৱতী নদীৰ পাৰৰ ইয়াণ্ডাবু গাঁৱত উপস্থিত হোৱাত ব্ৰিটিছ বাহিনীয়ে আগবঢ়োৱা চৰ্তমতেই সন্ধি স্বাক্ষৰ কৰিবলৈ মানসকল বাধ্য হৈছিল।

৫/ ইষ্ট ইণ্ডিয়া কোম্পানী ভাৰতত কেতিয়া প্ৰতিষ্ঠা হৈছিল ?

উত্তৰ: ১৬০০ চনত। 

৬/ ভাৰতৰ কোন জন ব্যক্তিয়ে প্ৰথম বাৰৰ বাবে নোবেল বঁটা লাভ কৰিছিল ?

উত্তৰ : ৰবীন্দ্ৰনাথ ঠাকুৰ । (গিতাঞ্জলি কিতাপ খনৰ কাৰণে )






৭/ ভাৰতৰ প্ৰথম খন বাতৰি কাকত ৰ নাম কি ?

উত্তৰ : বেঙ্গল গেজেট

8/ভাৰতৰ প্ৰথম ডাকঘৰ কোন ঠাইত বনোৱা হৈছিল?

উত্তৰ : কলকাতা ।

৯/ অসম পুলিচ কেতিয়া প্ৰতিষ্ঠা হৈছিল ?

উত্তৰ : ১৮৩৫ চনত ।

১০/ অসম ত কিমানতা পুলিচ প্ৰশিক্ষণ কেন্দ্ৰ আছে ? 

উত্তৰ : ৪ ।

Post a Comment

0 Comments