Header Ads Widget

Responsive Advertisement

বৈচিত্ৰপূৰ্ণ অসমৰ কেইটামান জানিব লগীয়া সাধাৰণ জ্ঞান । তলাবন্দীৰ সময়চোৱাত এনেকৈ প্ৰতিদিনে ১০ টা নজনা কথা শিকি নিজৰ জ্ঞানৰ ভঁৰাল বৃদ্ধি কৰোঁ আহক


 ১/১৯২৯ চনত কোনজন ব্যক্তিৰ নেতৃত্বত অসম অসামৰিক পুলিচ কমিটী (Assam Civil Police Committee) গঠিত হৈছিল?

উত্তৰ : ছাৰ চৈয়দ চাদুল্লা ।

২/ প্রথম ইণ্ডিয়ান ছুপাৰ লীগ (ISL) ৰ খিতাপ কোনটো দলে লাভ কৰে ?
উত্তৰ: অ্যাটলেটিকো কলকাতা ক্লাব ।

৩/ ২০১৪ চনৰ চুকাফা বটা কালৈ প্রদান কৰা হয়?
উত্তৰ: খগেন্দ্র নাথ শইকীয় । 

৪/২০১৪ বৰ্ষৰ ৰামেশ্বৰ পাঠক সোঁৱৰণী বঁটা কোনজন ব্যক্তিক প্রদান কৰা হয়?
উত্তৰ: গুণীৰাম ৰাভা

৫/ ২০১৪ চনত কোন দুগৰাকী ব্যক্তিক ভাৰত ৰত্ন প্রদান কৰা হয়?
উত্তৰ : অটল বিহাৰী বাজপেয়ী আৰু মদন মােহন মালব্য ।

৬/ কোনটো আন্দোলনৰ সময়ত মহাত্মা গান্ধীয়ে বিদেশী বস্তু বর্জন কৰিবলৈ আহ্বান জনাইছিল ?
উত্তৰ : স্বদেশী আন্দোলন ।

৭/ ২০১৪ চনৰ প্রতিমা পাণ্ডে বোটা কোনজন ব্যক্তিলৈ আগবঢ়োৱা হৈছে?
উত্তৰ : দীপক কুমাৰ পাম ।

/ কাবাডি বিশ্বকাপ ২০১৪ খেলখন কোন দেশে লাভ কৰে?
উত্তৰ : ইণ্ডিয়া । 

৯/ ভাৰতৰ ভিতৰত আটাইতকৈ বেচি হালধি প্রস্তুত কৰা ৰাজ্য কোনখন?
উত্তৰ: অন্ধপ্ৰদেশ । 

১০/ অসম পুলিচৰ ডাৰেক্টৰ জেনেৰেলৰ মুখ্য কার্যালয় কত অৱস্থিত ? 
উত্তৰ: উলুবাৰী । 
 
    ধন্যবাদ
 জয় আই অসম

Post a Comment

0 Comments