১/ কোন জন অসমীয়া ব্যক্তিয়ে প্ৰথমে অৰ্জুন বঁটা লাভ কৰিছিল ?
উত্তৰ : ভোগেশ্বৰ বৰুৱা ।
২/ ঢলা শদিয়া দলং মুঠ দৈঘ্য কিমান ?
উত্তৰ : ১৯.১৫ কি.মি. ।
৩/ অসমৰ প্ৰথম জনী মুছলমান মহিলা মুখ্য মন্ত্ৰীৰ নাম কি আছিল ?
উত্তৰ : চৈয়দা আনোৱাৰা টাইমূৰ ।
৪/ অসমৰ "Lion mam " হিচাপে কাক জনা যায় ?
উত্তৰ : ৰাধা গোবিন্দ বৰুৱা ।
৫/ প্ৰথম জন অসমীয়া ৰাজ্যপাল কোন আছিল ?
উত্তৰ : বিষ্ণুৰাম মেধি ।
৬/ কোন খন চহৰত সাহিত্যিক চহৰ হিচাপে জনা যায় ?
উত্তৰ : যোৰহাট ।
৭/ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান খন কিমান কি.মি^২ পৰ্যন্ত বিয়পি আছে ?
উত্তৰ : ৪৩০ কি.মি^২ ।
৮/ আহোমৰ প্ৰথম ৰাজধানী খনৰ নাম কি আছিল ?
উত্তৰ : চৰাইদেউ ।
৯/ ব্ৰহ্মপুত্ৰ উপত্যকা লৈ আহোম সকল কেতিয়া আহিছিল?
উত্তৰ : ১২২৮ খ্ৰীষ্টাদ্বত ।
১০/ "তুংখুঙীয়া বুৰঞ্জী" কিতাপ খন কোনে লিখিছিল ?
উত্তৰ : শ্ৰীনাথ বৰবৰুৱা ।
0 Comments